Author Hiren Bhattacharyya আকালৰ চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰাল স্বপ্ন স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত | মূলত কি বিহ ? উছন গ'ল গাঁও | নষ্ট নগৰ | মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ | পাপ মুদ্ৰাৰ পায়োভৰ | হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা | Tags Short Poems Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments