Author Hiren Bhattacharyya "এতিয়া বসন্তকাল ফুলতকৈ কাঁইটেই ভাল|" এইবুলি কৈ মোৰ কোলাত আহি পৰিল তেজৰঙা বুলবুলি এহাল ! কাঁইটীয়া গোলাপৰ ডাল বতাহত দোঁ খাই আহি ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল | এতিয়া বসন্তকাল ফুলতকৈ কাঁইটেই ভাল... [হীৰেন ভট্টাচাৰ্য - ১৯৬৮] Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments