Author Hiren Bhattacharyya আজি মোৰ এন্ধাৰতে টোপনি ভাগিল | স্বপ্নৰ পাপৰি এটি এটি কৰি সৰি পৰি ৰ'ল যেন পলাতকা পৰীৰ কৰবীৰ ফুল ! দেহৰ হুলত এতিয়া মোৰ লাগি আছে মাটিৰ কোলাহল; আৰু, অপসৃয়্মাণ ছায়াৰ দৰে সপোনৰ কোমল কৌতূহল ! Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments