Author Hiren Bhattacharyya ১) শেষ হৈ গ'ল লুদ্ধ আকাশৰ হিংস্ৰ উত্সৱ | উখল মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল || ২) তামস আকাশখনৰ স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে | কবিতাৰো বতৰ আছে আহিনৰ আকাশে কাণে কাণে ক'লে | ৩) ৰ'দালিৰ ভাঁজে ভাঁজে অপাৰ বিস্ময় | আবেগত ভাঙি পৰে শব্দৰ তন্ময় || Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments