Author Hiren Bhattacharyya ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য | ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ অন্ধকাৰত জ্বলে কালপুৰুষৰ তৰোৱাল অনিবাৰ্য | মই কবি, সীমিত মোৰ সামৰ্থ্য | আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ কৃতঘ্ন পিতলৰ সুহুৰিয়ে বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ | ৰ'দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য | Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments