Author Hiren Bhattacharyya মোৰ বুকুত কি জ্বলে ! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে ! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰূৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে-বাহিৰে | সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে | Rate this poem Select ratingGive it 1/5Give it 2/5Give it 3/5Give it 4/5Give it 5/5 No votes yet Rate Log in or register to post comments