Untitled

বিচাৰি চোৱা
ৰাতি প্ৰান্তৰত বিচাৰি চোৱা
তোমাৰ হাত মেলি
যি হাতত সময় বৈ গৈছে |
দিনত আয়নাবোৰত বিচাৰি চোৱা
তোমাৰ আঙুলিবোৰে তোমাৰ মূখৰ প্ৰতিবিম্বিত
য'ত আন্ধাৰবোৰ বৈ গৈছে |
আন্ধাৰবোৰত কেৱল তললৈ নামি গৈছে
অবিৰাম গতিত
সীহৰ দৰে গধুৰ দুৰ্বোধ্য এটি বোজা,
হাতত তোমাৰ সীহৰ ভাৰ,
আন্ধাৰত তোমাৰ মুখ মণ্ডল |
বিচাৰি চোৱা আন্ধাৰবোৰত
বিশাল প্ৰান্তৰ জোৰা
সীহৰ আলোড়ন বোৰ |

Rate this poem: 

Reviews

No reviews yet.